--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ যুৱৰাজজনে। কাইলৈ উজনিৰ ৩টাকৈ গুৰুত্বপূৰ্ণ স্থানত অংশ ল’ব নিৰ্বাচনী প্ৰচাৰত৷

আৰু পঢ়িব পাৰিব : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ’ল তাৰক চৌধুৰী !

ডিব্ৰুগড়ৰ লাহোৱালত কলেজ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিব৷ লগতে চাবুৱাত চাহ শ্ৰমিকৰ সৈতে মিলিত হোৱাৰ লগতে ডুমডুমাত এখন ৰাজহুৱা সভাতো অংশ ল’ব ৰাহুলে৷ ইয়াৰ উপৰি ২০মাৰ্চত মৰিয়নি আৰু গহপুৰত অংশ ল’ব ৰাজহুৱা সভাত৷

আৰু পঢ়িব পাৰিব : ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনলৈ মাজত মাথোঁ কেইটামান দিন থকাৰ মাজতে যথেষ্ট তৎপৰ হৈ পৰিছে দলীয় নেতা-কৰ্মী৷ আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হোৱাৰ লগতে কাইলৈ দুদিনীয়া ভ্ৰমণৰ বাবে অসমত উপস্থিত হ'ব ৰাহুল গান্ধী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ