--°C
Loading...
Listen to Article
2 min read
80%

গোলাঘাট : নিৰ্বাচনী প্ৰচাৰৰ মাজতে ‘অসম জাতীয় পৰিষদ’ত বৃহৎ হোৱা খহনীয়া৷ বোকাখাতত নিৰ্বাচনৰ পূৰ্বে ‘অসম জাতীয় পৰিষদ’ৰ কেন্দ্ৰীয় সম্পাদক দীপক হাজৰিকাকে ধৰি মুঠ ১৭জনে পদত্যাগ কৰে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত প্ৰায় ১০ৰো অধিক বিপণীৰ সা-সম্পত্তি ভস্মীভূত !

বোকাখাতত অসম জাতীয় পৰিষদৰপৰা পদত্যাগ কৰিছে ৰাজ্যিক সম্পাদক দীপক হাজৰিকাই৷ লগত আছে গোলাঘাট জিলা সমিতিৰ ধীৰেণ দাস, কাজল মণ্ডল, মনোৰঞ্জন বৰা, অজিত বৰা, জীৱন বৰা, কুন্তুলা মাৰ্ডি টুৰি, বিজয় পাইক, বোকাখাত সমষ্টি সমিতিৰ লেখক জ্যোতি তুৰি, অজিত কুৰ্মী, নবীন কুৰ্মী, চুবেন উৰিয়া, উপেন উৰিয়া, দিগন্ত ইন্দোৱাৰ, শিৱ উৰিয়া, শিৱ খাৰিয়া, ৰাজীৱ বৰা৷

আৰু পঢ়িব পাৰিব : বাহনসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী

জানিব পৰা মতে আটাইকেইজনে ‘অসম গণ পৰিষদ’ত যোগদান কৰে। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই দলৰ পৰা পদত্যাগ কৰা বুলি ধাৰণা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ