--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ২০গৰাকী ষ্টাৰ কেম্পেইনাৰে৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডাও আহিব অসমলৈ৷

আৰু পঢ়িব পাৰিব : বিতৰ্কিত বিজেপি নেত্ৰী দিপাঞ্জলী কাকতীৰ জামিন

ইয়াৰ উপৰি উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও অসমত চলাব প্ৰচাৰ৷ ৰাজনাথ সিং, নীতিন গাডকাৰীও অসমৰ ষ্টাৰ কেম্পেইনাৰ৷ প্ৰচাৰ চলাবলৈ স্মৃতি ইৰাণী, পুনম মহাজন, অভিনেতা তথা সাংসদ ৰবি কিষাণো আহিব৷

আৰু পঢ়িব পাৰিব : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস : ৰাজ্যৰ বিভিন্ন স্থানত আদৰণীয় কাৰ্যসূচী

এইসকল ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসকীয় দলটো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ