--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : পুনৰ বিতৰ্কত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল৷ এইবাৰ বিতৰ্কৰ সূত্ৰপাত হৈছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আজমলৰ এটা ভিডিঅ’ক লৈ৷ ভিডিঅ'টোত মোগলৰ শাসনৰ প্ৰসংগৰে ইছলামিক ৰাষ্ট্রৰ প্ৰসংগ আনিছিল আজমলে৷

আৰু পঢ়িব পাৰিব : কন্যাৰ বলাৎকাৰ, অভিযোগ দাখিলৰ পাছতে দুৰ্ঘটনাত মৃত্যু পিতৃৰ

লিগেল ৰাইটছ অবজাৰভেটৰীৰ টুইটত প্ৰকাশ পাইছিল এই ভিডিঅ’টো৷ আনহাতে, এই বিতৰ্কিত ভিডিঅ’টোক লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ মূল ভাষণ সম্পাদনা কৰি প্ৰচাৰ চলোৱা বুলি অভিযোগ আনিছে৷ নামনিৰ এখন জনসভাত এই বিতৰ্কিত ভাষণ দিছিল আজমলে৷

আৰু পঢ়িব পাৰিব : কৃষক বিদ্ৰোহৰ কঁপনি হাৰিয়ানা চৰকাৰত, সলনি হ’ব সমীকৰণ!

তেওঁৰ এই ভাষণৰ ভিডিঅ’ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে সম্পাদনা কৰা বুলি তেওঁ অভিযোগ আনিছে৷ বিকৃত ৰূপত এই ভিডিঅ'ৰ প্ৰচাৰৰ বাবে গোচৰ তৰাৰ হুংকাৰো দিয়ে এআইইউডিএফৰ মুৰব্বীজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ