--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পাছত এতিয়া প্ৰদৰ্শিত হ’ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সংগ্ৰামৰে ভৰা জীৱনৰ কাহিনী। বিজেপি দলৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ এখন ছবি নিৰ্মাণ হ’ব। কিছুদিনৰ পৰা এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলি আছে। ছবিখনৰ প্ৰথম পোষ্টাৰ আৰু টিজাৰো মুকলি কৰা হৈছে ৷

ছবিখনৰ শিৰোনাম ‘অজেয়-আনট’ল্ড ষ্ট’ৰী অৱ যোগী’ হিচাপে ৰখা হৈছে। ছবিখনত আৱেগ, একশ্যন আৰু ত্যাগৰ অকথিত কাহিনী দেখুওৱা হ’ব। ছবিখনৰ মোচন পোষ্টাৰ মুকলি কৰি প্ৰডাকচন হাউছে ছ’চিয়েল মিডিয়াত কেপচনত লিখিছে -তেওঁ সকলো ত্যাগ কৰিছিল, কিন্তু জনসাধাৰণক নিজৰ বুলি মানি লৈছিল। টিজাৰক লৈ আহি আছে মানুহৰ প্ৰতিক্ৰিয়া। 

কোনে কৰিব মুখ্য চৰিত্ৰত অভিনয় ? 

মুখ্যমন্ত্ৰী যোগীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা অনন্ত যোশীয়ে ৷ এই ছবিখনৰ মোচন পোষ্টাৰ বুধবাৰে মুকলি কৰা হয়, য’ত স্পষ্ট হৈ পৰে যে মুখ্যমন্ত্ৰী যোগীৰ শৈশৱ জীৱন, নাথপন্থী যোগী হোৱাৰ সিদ্ধান্ত, ৰাজনীতিত প্ৰৱেশ আৰু মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ