--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ অখিল গগৈয়ে সংবাদমেলত কৰা মন্তব্যক লৈ এইবাৰ সৰব হৈছে নলবাৰীৰ জ্যেষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা। মুখ্যমন্ত্ৰীক কৰা অপমানৰ প্ৰত্যুত্তৰ দিছে বিজেপিৰ বিধায়কগৰাকীয়ে। ‘অখিলৰ মগজুৰ বিকৃতি ঘটিছে’- বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে চিকিৎসা কৰিবলৈ পৰামৰ্শ দিছে বৰুৱাই।

অখিল গগৈক পঢ়া-শুনা কৰিবলৈ আহ্বান তেওঁৰ। লগতে নলবাৰীৰ বিধায়কগৰাকীয়ে কয় যে, ‘অসমৰ ৰাজনীতিৰ সন্দৰ্ভত অলপ অধ্যয়ন কৰক অখিলে।’
ইফালে, অসমৰ ভাষা সাহিত্যৰ ইতিহাসত শ্যামা প্ৰসাদ মুখাৰ্জীৰ একো অৰিহণা নাই বুলি কৰা অখিলৰ মন্তব্যত সৰব হৈছে জয়ন্ত মল্ল বৰুৱা। শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৰিহণাৰ তথ্যসহ বিৱৰণ আগবঢ়ায় বৰুৱাই। যাৰ অৰিহণাক অসমীয়াই স্বীকৃতি দিছে, সেই স্বীকৃতিক নস্যাৎ কৰা অখিল গগৈৰ অসমৰ বুৰঞ্জীৰ একেবাৰে জ্ঞান নাই বুলি কয় বিজেপ বিধায়কগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ