--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

এইবাৰ অস্কাৰৰ দৌৰত চামিল হৈছে এখন তামিল ছবি। দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্যই অভিনয় কৰা তামিল ছবিখন অস্কাৰ বঁটাৰ কেইবাটাও শাখাত অন্তৰ্ভুক্ত হোৱাৰ কথা প্ৰকাশ কৰিছে ছবিখনৰ সহ-প্ৰযোজক ৰাজেশকাৰ পাণ্ডিয়ানে।

আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসাৰ আঁৰত কোন এই দীপ সিন্ধু?


এই তামিল ছবিখনৰ নাম হৈছে ‘ছুৰাৰাই প’ট্টৰু’। ছবিখনৰ পৰিচালক হৈছে সুধা কোংগাৰা।

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক লৈ কি আহ্বান কমলা হেৰিছৰ?

অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালক আৰু আন ভালেকেইটা শিতানৰ প্ৰতিযোগিতাত ছবিখন অন্তৰ্ভুক্ত হোৱা বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেশত আলকতৰাৰ নাটনি; বন্ধ হৈ পৰিব পাৰে পথ নিৰ্মাণ
কাজিৰঙাত ২৯ মে’লৈকে বৃদ্ধি জীপ ছাফাৰী
অন্ধ্র-তেলেংগানাত প্রচণ্ড গ্রীষ্মপ্ৰৱাহ; ‘হিটষ্ট্র’ক’ত দুদিনত প্রাণ হেৰুৱালে ৪০জনে
অসমত UCC আহিলে লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত মানি চলিব লাগিব অত্যন্ত কঠোৰ আইনী নিয়ম
বাংলাদেশত ৰ’ডভৰ্তি ট্ৰাক বাগৰি ১৫ জন লোকৰ কৰুণ মৃত্যু
এজন দুৰ্ভগীয়া পিতৃৰ অকলশৰীয়া যুঁজ: পুত্ৰৰ মৃত্যু ৰহস্য ভেদ নহ’ল; মৌন জনপ্ৰতিনিধি
২১ জুনত পুনৰ হ’ব নীট, পৰীক্ষাৰ্থীসকলে নিজৰ পচন্দৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব পাৰিব: কেন্দ্রীয় শিক্ষামন্ত্রী
চন্দ্ৰপুৰৰ কলং নৈত মীন বিভাগৰ অভিযান; ২০ খনকৈ মাছ ধৰা জাল জব্দ
দৌৰি থকা ৭টা ঘোঁৰাৰ ছবি ক’ত ৰাখিব লাগে? ইয়াৰ সুফল জানিলে আচৰিত হ’ব
‘এছেট মনেটাইজেশ্যন’ৰ পদক্ষেপ; ব্যক্তিগত খণ্ডক গতাব দেশৰ ২৮টা ৰাষ্ট্ৰীয় পথ
গৌতম আদানিৰ বিৰুদ্ধে মার্কিন আদালতত চলি থকা গোচৰ বন্ধ
ৰাইডাং চাহ বাগিচাত ঘোঙৰ বিচৰণ; আতংকৰ সৃষ্টি
মধ্যপ্রাচ্যৰ যুদ্ধ আৰু অস্বাভাৱিক বতৰে অসমৰ চাহ উদ্যোগৰ ওপৰত পেলাইছে নেতিবাচক প্রভাৱ
শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে বাক্সা আৰক্ষীৰ অভিযান; জালত পৰিল এহাল পতি-পত্নী
Advertisement