--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্দে ভাৰত ৰে'লগাড়ীখনৰ জনপ্ৰিয়তা বৃদ্ধিৰ পিছত ইয়াৰ শ্লীপাৰ সংস্কৰণো প্ৰস্তুত কৰা হৈছে। এই ৰে'লখনত বহু সা-সুবিধা আছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি অৰ্থাৎ দেওবাৰে বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ আভাস দেখুৱালে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বেংগালুৰুৰ ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেডৰ কাৰখানাত পৰিদৰ্শন কৰে ৰে’লখন।

অহা ৩ মাহত অৰ্থাৎ ডিচেম্বৰৰ ভিতৰত বন্দে ভাৰত শ্লীপাৰ ৰে'ল চলাচল আৰম্ভ হ’ব আৰু ইয়াৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ৮০০ৰ পৰা ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে বন্দে ভাৰত শ্লীপাৰ ৰে'ল।

পুৱা ১০ বজাত যাত্ৰীসকলে এই ৰে'লখনত উঠি পিছদিনা পুৱাৰ ভিতৰত গন্তব্য স্থানত উপস্থিত হ’ব। মধ্যবিত্ত শ্ৰেণীৰ বাবে ডিজাইন কৰা এই ৰে'লখনৰ ভাড়া ৰাজধানী ৰেলৰ দৰেই হ’ব।

১৬টা ডবাযুক্ত এই ৰে’লখনত থাকিব কেইবাটাও এচি ডবা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ