--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ অশান্ত বেলুচিস্তান প্রদেশত সন্দেহজনক সন্ত্রাসবাদীয়ে বুধবাৰে নিশা বাছ এখনৰ পৰা যাত্রীসকলক নমাই নির্বিচাৰে গুলীচালনা কৰে। এই গুলীচালনাত ছজন লোক নিহত হয়। 

বৃহস্পতিবাৰে চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি, ঘটনাস্থলীতে পাঁচজন যাত্ৰীৰ মৃত্যু হয় আৰু পাছত আহতজনৰ মৃত্যু হয়।

প্রদেশখনৰ গাৱাডাৰ জিলাত কৰাচী অভিমুখী এখন বাছত সন্দেহজনক সন্ত্রাসবাদীয়ে আক্রমণ চলায়। আনহাতে, বৃহস্পতিবাৰে প্ৰদেশখনৰ কুৱেটা এলেকাৰ এখন বজাৰত আৰক্ষীৰ বাহন এখনৰ সমীপুত্র এটা বোমা বিস্ফোৰণ হয়। বিস্ফোৰণটোত দুজনৰ মৃত্যু আৰু ১৭জন লোক আহত হয়। বেলুচিস্তানৰ চৰকাৰী মুখপাত্র ছহিদ ৰিন্দে কয় যে আৰক্ষী বাহনখনৰ সমীপত এখন মটৰ চাইকেলত আই ই ডি এটা সংস্থাপন কৰিছিল সন্ত্রাসবাদীয়ে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ