--°C
Loading...
Listen to Article
2 min read
80%

মহাৰাষ্ট্ৰ : 'প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূ-মণ্ডল৷’ নিজৰ প্ৰেমিকাক পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ দিবলৈ গৈ বাতৰিৰ শিৰোনামা দখল কৰিলে এগৰাকী অচিনাক্ত প্ৰেমিকে৷ মহাৰাষ্ট্ৰৰ কোলাপুৰৰ এজন লোকে তেওঁৰ প্ৰেমিকাৰ প্ৰতি নিজৰ সৰগীয় অনুভূতি প্ৰকাশ কৰিবলৈ গৈ ব্যৱহাৰ কৰিলে এটি পথ! এখন চিনেমাৰ প্ৰেম কাহিনীসদৃশ ঘটনাৰ সাক্ষী হয় গাঁওখন।

আৰু পঢ়িব পাৰিব : পুনৰ অসমত অমিত শ্বাহঃ ৬ জনগোষ্ঠীক জনজাতিকৰণ!

কোলাপুৰৰ শিৰোল তহচিলৰ ধৰনগাটি গাঁৱৰ এজন অজ্ঞাত লোকে ৰঙেৰে গাঁওখনৰ মূল পথৰ ২.৫ কিলোমিটাৰ অংশত 'আই লাভ ইউ' আৰু 'আই মিছ ইউ' লিখিছিল। তেওঁ আনকি পথটোত ৰঙেৰে এইবুলিও লিখিছিল যে, 'আই মিছ ইউ, জিন্দেগীকে ছাথ ভী, জিন্দেগীৰ বাদ ভী৷'

আৰু পঢ়িব পাৰিব : অনুপ্ৰেৰণা ছাদ্দাম হুছেইন : দিল্লীৰ বাসিন্দাৰ ভয়ংকৰ কাণ্ড

জানিব পৰা মতে, পথ লিখা এই প্ৰেমৰ বাৰ্তাটো অইল পেইণ্ট ব্যৱহাৰ কৰি লিখিছিল লোকজনে৷ এই বাৰ্তাবোৰ মঙলবাৰে গাঁৱৰ ৰাইজে দেখা পায়৷ ইয়াৰ আগেয়ে গাঁওবাসীয়ে কেতিয়াও আগতে এনেধৰণৰ বাৰ্তা পথত লিখা দেখা নাছিল৷ এই প্ৰেমিকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই গাঁওবাসীয়ে। স্থানীয় আৰক্ষীয়ে সন্দেহ কৰিছে যে গাঁওখনৰে একাংশ যুৱক এই দুষ্টামিৰ আঁৰত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ