--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাধাৰণতে গোলাপ ফুলক প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়। গোলাপে বাৰুকৈয়ে জগায় প্ৰেমৰ অনুভুতি। কেৱল‌ এপাহী ৰঙা গোলাপ আৰু সেই ৰঙা গোলাপ পাহীতে লুকাই থাকে প্ৰেমৰ অনুভূতি। ৰঙা গোলাপ পাহীয়ে অনুপ্ৰাণিত কৰে প্ৰেমিক- প্ৰেমিকাৰ মন। বিয়া বা জন্মদিনৰ উপহাৰ হিচাপে ফুল দিয়া হয়।

 একেদৰে ভেলেণ্টাইন সপ্তাহত বেছিভাগ মানুহেই নিজৰ সংগীক ফুল উপহাৰ দিয়ে ৷ এই সপ্তাহটো আৰম্ভ হয় গোলাপ দিৱসৰ পৰা, য’ত সংগীৰ সন্মুখত প্ৰেম প্ৰকাশ কৰিবলৈ গোলাপ ফুল দিয়া হয় ৷ বজাৰত বিভিন্ন ধৰণৰ ফুল উপলব্ধ হয় কিন্তু তথাপি কিয় প্ৰেম প্ৰকাশৰ বাবে গোলাপ ফুলহে ব্যৱহাৰ কৰা হয়।কিয় সকলোৱে কেৱল গোলাপ ফুলৰ প্ৰতি আকৰ্ষিত হয়।

গোলাপ ফুলৰ আছে এক বিশেষত্ব। গোলাপ ফুলৰ বিশেষত্ব হ’ল--- ৰঙা ৰং হৈছে শক্তি, আকৰ্ষণ আৰু গভীৰ প্ৰেমৰ প্ৰতীক ৷ কাৰোবাক ৰঙা গোলাপ দিলে প্ৰেমৰ অনুভৱ প্ৰকাশ পায় আৰু প্ৰকৃত প্ৰেম, শ্ৰদ্ধা আৰু সন্মানৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয় ৷ এই ফুলে আপোনাৰ হৃদয়ত যি আছে তাক শব্দবিহীনভাৱে প্ৰকাশ কৰে ৷ গোলাপৰ ৰঙে এক অনন্য বাৰ্তা প্ৰদান কৰে ।ৰঙা গোলাপে প্ৰেমৰ গভীৰতা প্ৰতিফলিত কৰে। সেয়েহে সকলোৱে প্ৰেম প্ৰকাশৰ বাবে ৰঙা গোলাপ ব্যৱহাৰ কৰা দেখা যায়।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ