--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: কোৱা হয় প্ৰেমত বহুতৰে হৃদয় ভাগে। নিশ্চয় আপোনাৰো ভালপোৱাত হৃদয় ভাগিছে। পিছে বহুতৰ আকৌ বেমাৰতো হাৰ্ট ব্ৰেক হয়। এই  হাৰ্ট ব্ৰেক হোৱাৰ আঁৰত এটা বিশেষ ৰোগ আছে। এই ৰোগটো কি আপুনি জানেনে? এই ৰোগটোক চিকিৎসকৰ ভাষাত ‘Broken Heart Syndrome’ বুলি কোৱা হয়।


   পিছে কি এই ‘Broken Heart Syndrome’?

১৯৯০ চনত জাপানত ব্ৰকেন হাৰ্ট চিনড্ৰম ৰোগটো চিনাক্ত কৰা হৈছিল। দ্য মিৰৰৰ মতে, যেতিয়া এজন ব্যক্তিয়ে হঠাতে আৱেগিক-মানসিক চাপ, শ্বক অথবা ভয়ৰ সন্মুখীন হয়, তেতিয়া তেওঁৰ হৃদযন্ত্ৰৰ পেশীবোৰ দুৰ্বল হৈ পৰে আৰু হৃদযন্ত্ৰৰ স্নায়ুত অধিক চাপ থাকে। অত্যধিক চাপৰ বাবে স্নায়ুবোৰ দুৰ্বল হৈ পৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যেনে- কোনোবাই যদি বিশেষ কাৰোবাক হেৰুৱাই পেলায় আৰু সেই সময়ত তেওঁ অনুভৱ কৰা বেদনাখিনি তেওঁ আৱেগিকভাৱে ভাঙি যায় তেতিয়া তেওঁক এই ৰোগে দেখা দিয়ে।


‘Broken Heart Syndrome’ৰ লক্ষণসমূহ হৈছে-

* বুকুৰ বিষ

* উশাহ লোৱাত অসুবিধা

* ঘামচি ওলোৱা

* মূৰ ঘূৰোৱা ইত্যাদি

যদি এইসমূহ লক্ষণে আপোনাকো দেখা দিছে তেন্তে অচিৰেই কাষ চাপক চিকিৎসকৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ