--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক সংস্কাৰমুখী কৰাৰ পণ লৈছে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে। নতুনকৈ নিযুক্তি লাভ কৰা ৭০ গৰাকী এচিএছ আৰু এএলআৰএছ বিষয়াক বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে জ্যেষ্ঠ বিডিঅ' হিচাপে নিযুক্তি লাভ কৰাৰ পাছত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে খানাপাৰা ষ্টাফ কলেজত আৰম্ভ হৈছে প্ৰশিক্ষণ।

২২ জুলাইৰপৰা ২৪ জুলাইলৈ নৱনিযুক্ত খণ্ড বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী অুনষ্ঠিত হৈছে। অসম অসামৰিক সেৱাৰ ৪০গৰাকী, ভূমি ৰাজহ সেৱাৰ ৩০গৰাকীক খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। আজি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে, উপস্থিত থাকে আয়ুক্ত হেমেন দাস, সঞ্চালক মুনিন্দ্ৰ শৰ্মা, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ সচিব জেবি এক্কা।

প্ৰতিখন পঞ্চায়তৰ উন্নয়নৰ লক্ষ্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ। ৰাজ্যৰ ব্লক অফিচসমূহত সংঘটিত হোৱা বৃহৎ কেলেংকাৰী দূৰ কৰি বিভাগটোক নতুন উদ্যমেৰে সংস্কাৰমুখী কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় প্ৰশিক্ষণ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
কাছাৰত এখন দুৰ্ঘটনাগ্ৰস্ত বাহনক লৈ জনসাধাৰণৰ হাৰাশাস্তি
ৰঙালীৰ ৰঙৰ মাজতে অঘটন
বাংলাদেশৰ আদালতৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক এটা গোচৰত জামিন প্ৰদান
দিল্লী বিমানবন্দৰত বিমানৰ সংঘৰ্ষ: স্পাইচজেট আৰু আকাশা এয়াৰৰ মাজত দুৰ্ঘটনা
এমাহৰ পাছত পিতৃ ৰণদীপ হুড্ডাই ৰাজহুৱা কৰিলে কন্যাৰ মুখ; প্ৰকাশ কৰিলে বিশেষ অৰ্থপূৰ্ণ নাম
নিৰ্বাচনৰ দিন আহিছে চমু চাপি; মোদী-মমতাৰ বাকযুদ্ধ তুংগত
বর্ষাপাৰাত জয়ৰ হেটত্ৰিকৰ লক্ষ্য ৰাজস্থান ৰয়েলছৰ
অনন্ত আম্বানীৰ জন্মদিনত বলীউড তাৰকাসকলৰ বিশেষ ওলগ: সমাজসেৱাৰ বাবে ১৮ কোটি টকাৰ অনুদান
ইণ্টাৰনেটৰ যুগতো বিজুলীবাতিৰ পোহৰ দেখা নাই নাওবৈচা সমষ্টিৰ শতাধিক পৰিয়ালে
বৃন্দাবনত শোকাবহ নাও দুৰ্ঘটনা: যমুনাত ২৫ গৰাকী তীৰ্থযাত্ৰী ডুবি নিৰুদ্দেশ, ৩ জনৰ মৃত্যু
মণিপুৰত আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা: সান্ধ্য আইন উলংঘাৰ অভিযোগত ৬ যুৱকক গ্ৰেপ্তাৰ
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক