--°C
Loading...
Listen to Article
2 min read
80%

আগ্ৰা : আজি পুৱা উত্তৰ-প্ৰদেশৰ আগ্ৰাৰ এতমাদুদ্দৌলা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ ট্ৰাক আৰু এখন গাড়ীৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৮জন লোকৰ থিতাতে মৃত্যু হৈছে৷

আৰু পঢ়িব পাৰিব : মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এছইউভি বাহনখন ঝাৰখণ্ডৰ আৰু ট্ৰাকখন নাগালেণ্ডৰ পঞ্জীয়নভুক্ত৷ এছইউভি বাহনখনত অহা লোককেইজন থিতাতে নিহত হোৱাৰ লগতে ট্ৰাকখনত অহা কোনো লোক দুৰ্ঘটনাত আহত হোৱা নাই৷

আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু কংগ্ৰেছ, প্ৰাৰ্থী তালিকা প্ৰকাশ

বাতৰি লিখা পৰলৈকে নিহতকেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে৷ স্থানীয় আৰক্ষীয়ে এই দুৰ্ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ