--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মানুহে চাহ খাই বহুত ভাল পায়৷ ভাৰতীয় মানুহে দিনটোৰ আৰম্ভণি একাপ চাহেৰে কৰে। দুপৰীয়া, বিয়লি আৰু সন্ধিয়াও মানুহে চাহৰ জুতি লয়। ভাৰতত চাহ এক প্ৰকাৰৰ নিচা। বহু মানুহে গাখীৰ চাহ খাই ভালপায়। 

কিন্তু চাহ বনোৱাৰ শুদ্ধ উপায় কি জানেনে? চাহপাত আমি পানীৰ লগত দিব লাগে নে গাখীৰৰ লগত? গাখীৰ আগত দিব লাগে নে পাছত দিব লাগে? আজি আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিম।


চাহ বনোৱাৰ নিখুঁত উপায়

চাহৰ সোৱাদ বৃদ্ধিৰ বাবে চাহপাতৰ মান আৰু ইয়াৰ সঠিক ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। প্ৰথমে পানী উতলাব লাগে। পানী উতলাৰ পাছত গাখীৰ দিব লাগে আৰু এক মিনিটৰ পিছত চাহপাত দিব লাগে। এনে পৰিস্থিতিত চাহত কোনো কেঁচা ভাৱ নাথাকিব আৰু যিকোনো কাৰণত গাখীৰ ফাটি হোৱাৰ সম্ভাৱনাও নাইকিয়া হ’ব। এই সকলোবোৰ কৰাৰ পিছত চাহখিনি কমেও ৬ মিনিট মান সিজাব লাগে যাতে চাহপাতৰ সোৱাদ সম্পূৰ্ণকৈ ওলাই যায়। তেতিয়া আপোনাৰ নিখুঁত চাহ সাজু হ’ব।

কোনবোৰ ভুলৰ বাবে চাহৰ সোৱাদ ভাল নহয়?

মানুহে প্ৰায়ে গাখীৰ উতলাৰ পিছত পানী দি তাৰ লগে লগে চাহপাত যোগ কৰে। এনে অৱস্থাত চাহৰ সোৱাদ সঠিক নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ