--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : জম্মু–কাশ্মীৰৰ বাদগামত সোমবাৰে চলোৱা এক অভিযানত নিৰাপত্তা বাহিনীয়ে লস্কৰ–ঈ–তৈবা আৰু তেহৰিক–ঈ–মুজাহিদীন সৈতে জড়িত দুটা সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷ এই সন্ত্রাসবাদী দুটা পুলৱামা আৰু কুলগাম জিলাত গ্রেনেড বিস্ফোৰণৰ ঘটনাত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে৷

আৰু পঢ়িব পাৰিব : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

সেনাৰ ৫৩ ৰাষ্ট্রীয় ৰাইফলছ আৰু আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত গ্রেপ্তাৰ হোৱা এই সন্ত্রাসবাদী দুটা সমীৰ আহমেদ ইট্ট’ আৰু উৱেইড আমিন মল্লা বুলি চিনাক্ত কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : আজিয়ে শেষ আলফা (স্বাঃ) দিয়া সময়সীমা : কি হ’ব ২ বিষয়াৰ জীৱন ?

জানিব পৰা মতে দুয়োটা সন্ত্রাসবাদীয়ে লস্কৰ–ঈ–তৈবা আৰু তেহৰিক–উল–মুজাহি নামত বেনাৰ, পোষ্টাৰ তথা পতাকা প্রস্তুত কৰি বিভিন্ন স্থানত বিতৰণ কৰিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ