--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাস্থলীত শালনা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

ডিজিটেল ডেস্ক: চামগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চামগুৰিৰ ৰঙামাটি কছাৰী লাইন পাহাৰৰ সমীপত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।


ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। নিহত যুৱক জন বিশাল চাওতাল বুলি চিনাক্ত কৰা হৈছে।


ঘটনাস্থলীত শালনা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।


ঘটনাস্থলীত যুৱকজনৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে AS02AQ 3070 নম্বৰৰ এখন স্কুটি। কোনো লোকে যুৱকজনক মাৰপিত কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ লগতে স্থানীয় লোকৰ।


এবছৰ পূৰ্বে এটি পৰিয়ালৰ মাতৃ-পুত্ৰক হত্যা কৰাৰ অভিযোগত অভিযুক্ত আছিল বিশাল চাওতাল। সেই সন্দেহতে যুৱকজনক কোনো লোকে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। আৰক্ষীয়ে হত্যাকাণ্ডটোৰ সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান