--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ সন্তানে অথবা নিকট আত্মীয়ই যতন লোৱাত ব্যর্থ হ'লে তেওঁলোকলৈ আগবঢ়োৱা যিকোনো সা-সম্পত্তিৰ চুক্তি 'বাতিল কৰিব পাৰে জ্যেষ্ঠ নগৰিকসকলে। 

সা-সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে সন্তানে লাভ কৰিব বুলি চুক্তিখনৰ চৰ্তাৱলীত স্পষ্টকৈ উল্লেখ থাকিলেও আনকি এই চুক্তি বাতিল কৰিব পাৰে জ্যেষ্ঠ নাগৰিকসকলে। মাদ্রাজ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। 

এগৰাকী মৃত মহিলা এছ নাগালক্ষ্মীৰ বোৱাৰী এছ মালাই জনোৱা আৱেদনখন নাকচ কৰি মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এম সুমণিয়াম আৰু কে ৰাজশেখৰৰে গঠিত পীঠখনে এই ৰায় দিয়ে। 

পূৰ্বতে মৃত নাগালক্ষ্মীয়ে তেওঁৰ পুত্ৰ কেশৱনৰ নামত এখন সম্পত্তি নিষ্পত্তিকৰণৰ চুক্তি সম্পাদন কৰিছিল। আৰু তেওঁৰ জীৱিত কালত যতন লোৱাৰ বাবে পুত্ৰৰ পৰা আশা কৰিছিল। কিন্তু মহিলাগৰাকীৰ জীৱিত কালত তেওঁৰ পুত্ৰ-বোৱাৰীয়ে তেওঁক যতন লোৱাত ব্যর্থ হৈছিল আৰু তেওঁক অৱহেলা কৰিছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি