--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনা সংঘটিত হৈছে বাংলাদেশত । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি  অনুসৰি বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চুন্নত কৰোৱালৈ যোৱাৰ  সময়তে এটি ১০ বছৰীয়া শিশুৱে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়। মৃত শিশুটিৰ নাম আহানাফ তাহমিদ বুলি জানিব পৰা গৈছে। 

শিশুটিক ইছলাম ধৰ্মৰ বিধি মানি চুন্নত কৰোৱাবলৈ   চিকিৎসালয়লৈ নিয়া হৈছিল ।শিশুটিৰ পৰিয়ালে   অভিযোগ কৰা অনুসৰি  তেওঁলোকৰ অনুমতি অবিহনেই শিশুটিৰ দেহত  সংজ্ঞানাশক দৰব প্ৰয়োগ কৰা হৈছিল।  ফলত শিশুটিৰ মৃত্যু ঘটে।

ডেৰ মাহ পূৰ্বেও বাংলাদেশত   আয়ান আহমেদ নামৰ আন এটি শিশুৰ চুন্নত চলি থকা অৱস্থাত  মৃত্যু হৈছিল। সেই সময়তো  শিশুটিৰ পৰিয়ালে সংজ্ঞানাশক প্ৰয়োগ কৰাৰ  অভিযোগ উত্থাপন কৰিছিল।  চুন্নতৰ সময়ত এনেদৰে শিশুৰ মৃত্যু ঘটাৰ ঘটনাই বাংলাদেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন