--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনা সংঘটিত হৈছে বাংলাদেশত । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি  অনুসৰি বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চুন্নত কৰোৱালৈ যোৱাৰ  সময়তে এটি ১০ বছৰীয়া শিশুৱে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়। মৃত শিশুটিৰ নাম আহানাফ তাহমিদ বুলি জানিব পৰা গৈছে। 

শিশুটিক ইছলাম ধৰ্মৰ বিধি মানি চুন্নত কৰোৱাবলৈ   চিকিৎসালয়লৈ নিয়া হৈছিল ।শিশুটিৰ পৰিয়ালে   অভিযোগ কৰা অনুসৰি  তেওঁলোকৰ অনুমতি অবিহনেই শিশুটিৰ দেহত  সংজ্ঞানাশক দৰব প্ৰয়োগ কৰা হৈছিল।  ফলত শিশুটিৰ মৃত্যু ঘটে।

ডেৰ মাহ পূৰ্বেও বাংলাদেশত   আয়ান আহমেদ নামৰ আন এটি শিশুৰ চুন্নত চলি থকা অৱস্থাত  মৃত্যু হৈছিল। সেই সময়তো  শিশুটিৰ পৰিয়ালে সংজ্ঞানাশক প্ৰয়োগ কৰাৰ  অভিযোগ উত্থাপন কৰিছিল।  চুন্নতৰ সময়ত এনেদৰে শিশুৰ মৃত্যু ঘটাৰ ঘটনাই বাংলাদেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’