--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰাধিকাৰী জো বাইডেনৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ পৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তালিবান অধ্যুষিত দেশখনৰ পৰা তাৎক্ষণিকভাৱে সৈন্য অপসাৰণৰ প্ৰসংগক লৈ বাইডেনক সমালোচনা কৰিছে ট্ৰাম্পে। অপৰিকল্পিকভাৱে লোৱা পদক্ষেপৰ বাবেই দেশখনত এনে অস্থিৰ আৰু নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰি ট্ৰাম্পে সৈন্য অপসাৰণৰ বিকল্প পদ্ধতিৰ বিষয়ে প্ৰকাশ কৰিছে।

তেওঁ প্ৰথমে কোনো বিশৃংখলাৰ সৃ্ষ্টি নোহোৱাকৈ প্ৰথমে মাৰ্কিন নাগৰিকসকলক ওভটাই অনা আৰু তাৰ লগে লগে সকলো সা-সৰঞ্জাম লৈ অনাৰ দৰে প্ৰক্ৰিয় অৱলম্বন কৰাৰ কথা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, মাৰ্কিন সেনা প্ৰত্যাহাৰৰ পূৰ্বে দেশখনত থকা তালিবানৰ ঘাটিবোৰত বোমা পেলোৱা উচিত আছিল। ট্ৰাম প্ৰস্তাৱিত সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁ ব্যাখ্য কৰিছে এনেদৰে-- ‘প্ৰথমে সকলো মাৰ্কিন নাগৰিকে তাৰপৰা লৈ আহক।

তাৰ পাছত সকলো সা-সৰঞ্জাম লৈ আহক। তাৰ পাছত তালিবানৰ ঘাটিত বোমা পেলাই সামৰিক বাহিনীৰ লোকক প্ৰত্যাহাৰ কৰক। তেতিয়া কোনো বিশৃংখলা, কোনো মৃত্যু নহ’লহেঁতেন আৰু কোনো আমি আঁতৰি অহাৰ কথাও কোনেও গম নাপালেহেঁতেন।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ