--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানী আগ্ৰাসনে আতংকিত কৰি তুলিছে আফগান নাগৰিকক। দিনক দিনে বৃদ্ধি পাইছে তালিবানৰ আস্ফালন৷ নৃশংস উপদ্ৰৱৰ বাবে দেশ এৰি বিদেশলৈ পলায়ন কৰিছে একাংশ আফগান নাগৰিকে। শেহতীয়াকৈ আমেৰিকান সৈন্যও আফগানিস্তান ত্যাগ কৰাৰ পাছত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে তালিবানী নেতৃত্ব। এনে পৰিস্থিতিত পোহৰলৈ আহিছে এক স্পৰ্শকাকতৰ খবৰ। সাধাৰণ নাগৰিকক ব্যতিবস্ত কৰাৰ উপৰি সংবাদ মাধ্যমৰ কাৰ্যলয়তো প্ৰৱেশ কৰিছে তালিবানে৷ ভয়-শংকাৰ মাজতে বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে সাংবাদিকে


বিগত সময়ছোৱাত তালিবানে বহুকেইজন সাংবাদিকক হত্যা কৰা বুলিও প্ৰকাশ পাইছিল৷ মৰ্মান্তিক সেই ভিডিঅ’সমূহ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হাতত মাৰণাস্ত্ৰ লৈ তেওঁলোকৰ সপক্ষে বাতৰি পৰিৱেশনৰ নিৰ্দেশ তালিবানৰ৷ তালিবান বিৰোধী বাতৰিৰ বিপৰীতে সপক্ষে কথা ক’বলৈ বাধ্য কৰাইছে সাংবাদিকক। এনে স্পৰ্শকাতৰ দৃশ্যই স্বাভাৱিকতে সংবাদ মাধ্যমৰ স্বাধীনতাত আঘাত হানিছে। দেশখনৰ এই অশান্তজৰ্জৰ পৰিস্থিতিৰ সাম কটালৈ কিমান দিন অপেক্ষা কৰিব লাগে, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক