--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • Google play store ত উপলব্ধ হোৱা এপটোৰ জৰিয়তে ৰাইজক ঘৰতেই যোগান ধৰিব দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰী।

ডিজিটেল ডেস্কঃ  যোৰহাটৰ স্থানীয় যুৱক সন্দীপৰাজ তামুলীৰ অসমীয়গিৰী। বহিৰাগত কোম্পানীক প্ৰত্যাহ্বান জনাই তিতাবৰত যুৱকজনে মুকলি কৰিলে Sugaree নামেৰে ফুড ডেলিভাৰী এপ।

Google play store ত উপলব্ধ হোৱা এপটোৰ জৰিয়তে ৰাইজক ঘৰতেই যোগান ধৰিব দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰী।

ৰেষ্টুৰেণ্টৰ প্রিয় আহাৰৰ পৰা শাক-পাচলি আৰু ঔষধলৈকে ঘৰতে বহি লাভ কৰিব পাৰিব গ্ৰহকে।

ইতিমধ্যে ৰাজ্যৰ ৩২ টাকৈ স্থানত মুকলি কৰা Sugaree Food Delivery এপটোৰ জৰিয়তে সংস্থাপিত হৈছে স্থানীয় বহু নিবনুৱা যুৱক-যুৱতী।

তিতাবৰত সংবাদমেল যোগে সদৰী কৰিছে সন্দীপৰাজ তামুলী এণ্ড চুগাড়ী গ্ৰুপে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক