--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : উত্তৰ প্ৰদেশত ৰহস্যজনক ঘটনা। উন্নাওত বুধবাৰে সন্ধিয়া উদ্ধাৰ হৈছে দুগৰাকী কিশোৰীৰ মৃতদেহ। একে স্থানতে আন এগৰাকী কিশোৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এই ৰহস্যজনক ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…

সম্পৰ্কীয় বাই-ভনী কিশোৰী তিনিগৰাকীয়ে বুধবাৰে বিয়লিৰ ভাগত পশুৰ খাদ্য সংগ্ৰহৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। নিশালৈকে তেওঁলোক ঘৰলৈ উভতি নহা বাবে পৰিয়ালৰ লোকে তেওঁলোকৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে আৰু তেওঁলোকক পথাৰৰ মাজত অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। উদ্ধাৰৰ পাছত তেওঁলোকক হাস্পতাললৈ নিয়া হয় যদিও দুগৰাকী কিশোৰীক মৃত ঘোষণা কৰে চিকিৎসকে।

আৰু পঢ়িব পাৰিব : ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ চাৰি যুৱতী

১৭ বছৰীয়া তিনিওৰে ভিতৰত বয়োজ্যেষ্ঠ কিশোৰীগৰাকীক পাছত কানপুৰৰ এখন হাস্পতাললৈ স্থানান্তৰ কৰা হয়। মৃত কিশোৰী দুগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসকে প্ৰকাশ কৰা মতে, প্ৰাথমিক পৰীক্ষাত বিহ পান কৰা বা কৰোঁৱাৰ ফলতে তেওঁলোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। এই ৰহস্যজনক ঘটনাৰ তদন্ত কৰাৰ বাবে আৰক্ষীকৰ ছটা দল গঠন কৰা হৈছে আৰু ডগ স্কোৱাডকো কামত লগোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ