--°C
Loading...
Listen to Article
2 min read
80%

লখিমপুৰ : নাৰায়ণপুৰত ক'ভিড ভেকচিনৰ লোৱাৰ পাছতে অসুস্থ হৈ পৰা অংগনৱাড়ী সহায়িকাৰ মৃত্যু হয়। দিপা গৌতম নামৰ সহায়িকাগৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চেঁচা ৰাজগড়ত। যোৱা ৮ ফেব্ৰুৱাৰীত নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত মহিলাগৰাকীক প্ৰদান কৰা হৈছিল ক'ভিড ভেকচিন।

আৰু পঢ়িব পাৰিব : মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণ ! ঘটনাক গাপ দিয়াৰ চেষ্টা…

ভেকচিন গ্ৰহণৰ ২৪ ঘন্টাৰ পাছতে অসুস্থ হৈ পৰে মহিলাগৰাকী। পৰৱৰ্তী সময়ত অসুস্থ মহিলা গৰাকীক তেজপুৰ মিছন হাস্পতালত চিকিৎসা কৰোৱা হয় যদিও মহিলা গৰাকীয়ে মৃত্যুক সাৱতি লয়।ইফালে পৰিয়ালৰলোকক চিকিৎসকে মহিলাগৰাকী কিডনী আৰু লিভাৰ বিকল হোৱাৰ বাবে মৃত্যু হোৱা বুলি অৱগত কৰে ৷

আৰু পঢ়িব পাৰিব : অন্ধবিশ্বাসীৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা এজনৰঃ ৮ জনক গ্ৰেপ্তাৰ

এগৰাকী সুস্থ মহিলাৰ তাৎক্ষণিকভাৱে এনে ৰোগত মৃত্যু হোৱা খবৰক সহজভাবে ল'ব পৰা নাই পৰিয়ালবৰ্গৰ লগতে একাংশ স্থানীয় ৰাইজে ৷ ভেকচিনৰ পাশ্বক্ৰিয়াৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ