--°C
Loading...
Listen to Article
2 min read
80%

হাফলং : ভোটাৰ আছিল ৯০গৰাকী। কিন্তু ভোট পৰিল ১৭১টা। এটা ভোটকেন্দ্ৰৰ এই আজৱ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ভোটকেন্দ্ৰটো অসমৰে ডিমা হাছাও জিলাৰ।

আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ অমানৱীয় কাণ্ডঃ দলবদ্ধ ধৰ্ষণ!

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১ এপ্ৰিলৰ দিনা হাফলং সমষ্টিৰ এই ভোটকেন্দ্ৰটোতো ভোটগ্ৰহণ কৰা হৈছিল। কিন্তু তাতেই এই গুৰুতৰ বিসংগতি ধৰা পৰে। ২ এপ্ৰিলত জিলা নিৰ্বাচনী বিষয়াই বুথটোৰ পাঁচজনকৈ বিষয়াক নিলম্বিত কৰিছে। ১০৭ (ক)নং খোটলিৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত এই বিশৃংখলাৰ সৃষ্টি হৈছিল।

আৰু পঢ়িব পাৰিব : ৰাফেল : ডছাল্টে কোন মধ্যভোগীক দিছিল ১ নিযুত ইউৰো?

জিলা নিৰ্বাচনী বিষয়াই ২ এপ্ৰিলতে বিষয়া পাঁচজনক নিলম্বনৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াকৈহে এই ঘটনা পোহৰলৈ আহিছে। ৯০গৰাকী ভোটাৰ থকা কেন্দ্ৰটোত কিদেৰ ১৭১গৰাকীয়ে ভোটদান কৰিলে সেয়া সন্দেহৰ আৱৰ্ততে ৰৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ