--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী পদৰ পৰা অনিল দেশমুখে সোমবাৰে পদত্যাগ কৰাৰ পাছতে এনচিপিৰ জ্যেষ্ঠ নেতা দিলীপ ৱালছে পাটিলে নতুন গৃহমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব৷ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ এনচিপি নেতা শাৰদ পাৱাৰৰ ব্যক্তিগত সহায়কাৰীৰূপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা পাটিল সাতবাৰকৈ বিধায়কো আছিল৷

আৰু পঢ়িব পাৰিব : অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : আৰম্ভণিতে বিকল ইভিএম

এনচিপি দলৰ হৈ দিলীপ ৱালছে পাটিলে বৰ্তমান আম্বেগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে প্ৰতিনিধিত্ব কৰাৰ লগতে উদ্ধৱ থাকৰেৰ চৰকাৰৰ আবকাৰী আৰু শ্ৰম বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে ১৯৯০ৰ পৰা ১৯৯৬ চনলৈ আম্বেগাঁও বিধানসভাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক হোৱাৰ লগতে পাছলৈ কংগ্ৰেছ দলত যোগদান কৰিছিল।

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য : নিৰ্বাচনৰ পাছত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

বোম্বে উচ্চ ন্যায়ালয়ে দেশমুখৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতে তেওঁ পদত্যাগ কৰে। তদন্ত আৰম্ভ হোৱা বাবে ‘নীতিগত কাৰণ’ত তেওঁ এই পদ এৰাৰ কথা ঘোষণা কৰিছে। মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বী পৰম বীৰ সিঙে অনিল দেশমুখৰ বিৰুদ্ধে আনিছিল দুৰ্নীতিৰ গুৰুতৰ অভিযোগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ