--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১০ বছৰত চৰকাৰে আদালতৰ গোচৰৰ বাবত ৪০০ কোটিতকৈও অধিক ব্যয় কৰিছে। চৰকাৰী সূত্ৰত এই কথা প্রকাশ পাইছে। ২০২৩-২৪ বিত্তীয় বর্ষত মোকৰ্দমাৰ ব্যয়ৰ নামত কেন্দ্ৰীয় চৰকাৰে ৬৬ কোটি টকা ব্যয় কৰে। এই ব্যয় পূৰ্বৰ বৰ্ষতকৈ প্ৰায় ৯ কোটি টকা অধিক। মোকৰ্দমাৰ ব্যয় ২০১৪-১৫ৰ পাছত অধিক বৃদ্ধি পায়। 

অৱশ্যে, কভিড মহামাৰীৰ সময়ত দুটা বিত্তীয় বর্ষত এনে ব্যয় হ্রাস পাইছিল। লোক সভাৰ চলিত বাজেট অধিৱেশনৰ সময়ত উত্থাপিত প্ৰশ্নৰ উত্তৰত চৰকাৰে এই কথা প্রকাশ কৰিছে। কেইদিন পূৰ্বে ৰাজ্য সভাত আইন মন্ত্ৰ্যালয়ে কৈছিল যে আদালতত চৰকাৰ এটা পক্ষ হিচাপে থকা প্রায় ৭ লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। চৰকাৰে এক ৰাষ্ট্ৰীয় মোকৰ্দমা নীতি গ্ৰহণ কৰি বিবেচনাধীন গোচৰসমূহ খৰতকীয়াকৈ নিষ্পত্তি কৰিব বুলি সূত্রসমূহে লগতে কয়। কেন্দ্রীয় কেবিনেটত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ