--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৮ চনৰ অলিম্পিকৰ ক্ৰীড়াৰ তালিকাত ব্ৰেক ডান্স অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ হৃদয় জয় কৰিব নোৱাৰিলে। ক্ৰিকেটকে ধৰি মুঠ পাঁচখন অনিয়মিত ক্ৰীড়াই লছ এঞ্জেলছ গেমছত ক্ৰীড়াৰ তালিকাত স্থান লাভ কৰে।

অলিম্পিকৰ বাবে ক্ৰিকেট নতুন নহয়। ১২৮ বছৰৰ পিছত উভতি আহিছে। ১৯০০ চনৰ পিছত ২০২৮ চনৰ অলিম্পিকত পুনৰ ক্ৰিকেট দেখা যাব। ক্ৰিকেটৰ বাহিৰেও আন চাৰিটা ক্ৰীড়া লছ এঞ্জেলছ গেমছত অন্তৰ্ভুক্ত কৰা হৈছে। সেই চাৰিখন খেলৰ ভিতৰত দুটা খেল প্ৰথমবাৰৰ বাবে অলিম্পিকত দেখা যাব। স্কোয়াছ আৰু ফ্লেগ ফুটবল। ইয়াৰ উপৰিও ২০২৮ চনৰ খেলত বেছবল-চফটবল আৰু লেক্ৰছৰ খেল অনুষ্ঠিত হ’ব।

লেক্ৰছ আৰু ফ্লেগ ফুটবল মূলতঃ আমেৰিকাত জনপ্ৰিয়। তেওঁলোকে এই দুখন খেলক ২০২৮ চনৰ গেমছৰ আয়োজক হিচাপে অন্তৰ্ভুক্ত কৰিছে। অৱশ্যে লছ এঞ্জেলছৰ আয়োজকসকলে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অনুমোদন ল’ব লাগিব।

বেসবল-সফটবল বহু বার অলিম্পিক্সে হয়েছে। ২০২০ সালের টোকিয়ো গেমসেও ছিল। তবে ২০২৪ সালে প্যারিসে থাকবে না। ল্যাক্রোস ১৯০৪, ১৯০৮, ১৯২৮, ১৯৩২ এবং ১৯৪৮ সালের গেমসের ক্রীড়াতালিকায় ছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ