--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্গা পূজা উদযাপনৰ মাজতে পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাত অৱতৰণ কৰে ব্ৰাজিলৰ ফুটবল কিংবদন্তি ৰোনাল্ডিনহ’ই। তিনিবাৰৰ বেলন ডি অ’ৰ বিজয়ীগৰাকীৰ বাবে এইটোৱেই আছিল ফুটবলৰ উন্মাদ চহৰখনলৈ প্ৰথম ভ্ৰমণ। পেলে, ডিয়েগো মাৰাডোনা আৰু লিয়নেল মেছিকে ধৰি বিশ্ব ক্ৰীড়াৰ বহু কিংবদন্তিয়ে ইতিমধ্যে কলিকতাত ভৰি থৈছে।

২০০২ চনৰ বিশ্বকাপ বিজয়ী গৰাকীক কলকাতাৰ পূজা পণ্ডলত অনুৰাগীৰ উষ্ম আদৰণি জনায়। শ্ৰীভূমি স্প’ৰ্টিং ক্লাবৰ দুৰ্গা পূজা পণ্ডল উদ্বোধন কৰে ৰোনাল্ডিনহ’ই। পাণ্ডল চৌহদৰ ভিতৰতে তেওঁক আনৰ সৈতে খাঁজ কৰা দেখা গৈছিল।

কলকাতালৈ দুদিনীয়া ভ্ৰমণত আছে ৰোনাল্ডিনহো। কিংবদন্তি ফুটবলাৰগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ বিধায়ক সুজিত বসুৰ সৈতেও ফুটবল খেলিছিল। অক্টোবৰৰ আৰম্ভণিতে কলকাতা ভ্ৰমণৰ কথা ঘোষণা কৰিছিল ৰোনাল্ডিনহ’ই।

তেওঁ আৰু কৈছিল যে তেওঁ কলিকতাৰ আইকন সৌৰভ গাংগুলীৰ বাবে "ক্ৰিকেট শিকিব" বিচাৰে- "মই জানো ক্ৰিকেট অতি জনপ্ৰিয় আৰু এইবাৰ মই বংগৰ 'দাদা'ৰ পৰা ক্ৰিকেট শিকিব বিচাৰো।"

ৰ’নাল্ডিনহ’ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে আজি তেওঁ পশ্চিম বংগৰ ৰাজধানী চহৰত ‘ৰ’নাল্ডিনহ’ৰ আৰ ১০ একাডেমী’ উদ্বোধন কৰে য’ত শিশুসকলে ফুটবল কিংবদন্তিগৰাকীৰ আভাস পাবলৈ ভিৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ