--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত হ’ব এখন সৰ্বদলীয় বৈঠক। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী  কিৰেণ ৰিজিজুৱে বাজেট অধিৱেশনৰ পূৰ্বে সংসদৰ উভয় সদনৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছে। 

২১ জুলাইৰ পুৱা ১১ বজাত নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ মূল সমিতি কক্ষত সৰ্বদলীয় বৈঠকখন অনুষ্ঠিত হ’ব বুলি ৰিজিজুৱে প্ৰকাশ কৰিছে। ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ’ব আৰু ১২ আগষ্ট, ২০২৪ত বাজেট অধিৱেশন অন্ত পৰাৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন