--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আপুনি নিশ্চয় দেখিছে যে সুৰাৰ দোকানত যথেষ্ট ভিৰ হয়। দীঘলীয়া শাৰীৰ বাবে সুৰা কিনাতো কঠিন হৈ পৰে। এতিয়া এই সমস্যা দূৰ হোৱাৰ পথত। কাৰণ এতিয়া অন্য যিকোনো খাদ্যৰ দৰে সুৰাও অনলাইনযোগে অৰ্ডাৰ কৰিব পাৰিব। 

খবৰ অনুসৰি অহা কেইমাহমানৰ ভিতৰত অনলাইন ফুড ডেলিভাৰী প্লেটফৰ্ম ছুইগি, জোমাটো, ব্লিংকিট আৰু বিগ বাস্কেটে আপোনাৰ দুৱাৰমুখতে সুৰা ডেলিভাৰী কৰিব, যাৰ বাবে আপুনি কিছু মিনিটৰ ভিতৰতে ঘৰতে সুৰা অৰ্ডাৰ কৰিব পাৰিব। কিন্তু এই সেৱা মাত্ৰ কেইখনমান ৰাজ্যৰ বাবে। আপুনি কোন ৰাজ্যত এই সেৱা লাভ কৰিব পাৰে জানি লওক

কোনবোৰ ৰাজ্যত এই সেৱা উপলব্ধ হ’ব?

Swiggy, Zomato, Blinkit আৰু Big Basket ৰ দ্বাৰা প্ৰদান কৰা এই সেৱাত দিল্লী, হাৰিয়ানা, কৰ্ণাটক, পঞ্জাৱ, তামিলনাডু, কেৰালা আৰু গোৱা আদি ৰাজ্যত সুৰাৰ অৰ্ডাৰ দিব পাৰিব। খবৰ অনুসৰি অনাগত কেইমাহমানৰ ভিতৰত এনেকুৱা হ’ব পাৰে। তথ্য অনুসৰি এই আটাইকেইখন ৰাজ্যই বৰ্তমান পাইলট প্ৰজেক্টৰ কাম কৰি আছে যাতে সুৰাৰ ঘৰুৱা ডেলিভাৰী কৰিব পৰা যায়।

আপুনি Swiggy, Zomato, Blinkit আৰু Big Basket এপসমূহৰ বিষয়ে ভালদৰেই জানে যে এই এপসমূহে খাদ্য আৰু ঘৰুৱা সামগ্ৰী যোগান ধৰে, কিন্তু এতিয়া অতি সোনকালে এই এপসমূহে আপোনাৰ ঘৰলৈও সুৰা যোগান ধৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন