--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ এনে সময়তেই দলসমূহে ঘোষণা কৰিছে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকাসমূহ৷ মঙলবাৰে ২১টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ প্ৰাৰ্থীসমূহ হৈছে- পূব গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰদান অসীমা বৰদলৈক, ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী৷

আৰু পঢ়িব পাৰিব : ৩ কিশোৰক গছত বান্ধি শাস্তি একাংশ মৰেল পুলিচৰ

বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, পাটাছাৰকুছিত শান্তনু শৰ্মা, দক্ষিণ শালমৰাত ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জত আব্দুছ ছোবাহন আলী সৰকাৰ, বঙাইগাঁৱত শংকৰপ্ৰসাদ ৰয়, দুধনৈত যাদৱ স্বৰ্গীয়াৰী, উত্তৰ অভয়াপুৰীত আব্দুল বাতিম খণ্ডাকাৰ, দক্ষিণ অভয়াপুৰীত প্ৰদীপ সৰকাৰ, পূব গোৱালপাৰাত আব্দুল কালাম ৰছিদ আলম, পশ্চিম গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডল, জলেশ্বৰত আফতাবউদ্দিন মোল্লা, বাঘবৰত পুনৰ প্ৰাৰ্থিত্ব শ্বেৰমান আলী আহমেদক, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ,

আৰু পঢ়িব পাৰিব : অবৈধ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২ ককাই-ভাই

চেঙাত প্ৰাৰ্থিত্ব প্ৰদান শুকুৰ আলী আহমেদক, বকোত নন্দিতা দাস, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীত যতীন মালী, জালুকবাৰীত ৰমেন বৰঠাকুৰ, দিছপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ মহন্ত৷ আনহাতে এতিয়ালৈ ঘোষণা কৰা নাই হাজো, পশ্চিম গুৱাহাটী, বৰপেটাৰ প্ৰাৰ্থৰ নাম৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ