--°C
Loading...
Listen to Article
2 min read
80%

মৰিগাঁওঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উত্তপ্ত হৈ পৰিছে মৰিগাঁৱৰ পৰিস্থিতি৷ নিশা মৰিগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাক অচিনাক্ত ব্যক্তিয়ে টেলিফোনত ভাবুকি প্ৰদান কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰ্থী ৰাতুল বৰাক নিৰ্বাচনী প্ৰচাৰত কেৱল হিন্দুত্বৰ হৈ প্ৰচাৰ চলাবলৈ নিৰ্দেশ অচিনাক্ত ব্যক্তিৰ৷

আৰু পঢ়িব পাৰিব :কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা

ব্যক্তিগৰাকীয়ে টেলিফোনত ৰাতুল বৰাক অশ্লীল গালি-গালাজ পৰাৰ উপৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাই৷ ৯৯৫৭৬৫৯৯৩৬ নম্বৰৰ পৰা আহিছিল সেই বিশেষ ফোন কলটো৷ ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাই এই সন্দৰ্ভত মৰিগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

আৰু পঢ়িব পাৰিব :দেশৰ গণতান্ত্ৰিক পৰিস্থিতি সন্দৰ্ভত ৰাহুল গান্ধীৰ কঠোৰ সমালোচনা

উল্লেখ্য যে প্ৰাৰ্থী ৰাতুল বৰাই প্ৰথমে এই ঘটনাৰ সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক লিখিত আৱেদন দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষী অধীক্ষকে আৱেদন গ্ৰহণ নকৰি সদৰ আৰক্ষী থানালৈ পঠিয়াই দিয়া কথাটোৱে তাৎপৰ্য বহন কৰিছে সচেতন মহলৰ মাজত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ