--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাই, ২০২৪ত অনুষ্ঠিতব্য মন কী বাত কাৰ্য্যসূচীৰ বাবে নাগৰিকক তেওঁলোকৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে।মোদীয়ে  বিশেষকৈ কেইবাজনো যুৱকে সমাজৰ ৰূপান্তৰ সাধনৰ লক্ষ্যেৰে সামূহিক প্ৰচেষ্টাক উজ্জ্বল কৰি তোলা কাৰ্য্যত সন্তোষ প্ৰকাশ কৰিছে। 

প্ৰধানমন্ত্ৰী মোদীয়ে  যিসকলে এতিয়াও তেওঁলোকৰ পৰামৰ্শৰাজি শ্বেয়াৰ কৰা নাই, তেওঁলোকক মাইগভ বা নমো এপত সেয়া জনাবলৈ আহ্বান জনাইছে। 


প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;


“২৮ জুলাই অৰ্থাৎ দেওবাৰে অনুষ্ঠিতব্য এই মাহৰ #MannKiBaat-ৰ বাবে মই অসংখ্য পৰামৰ্শ লাভ কৰিছোঁ। মই বিশেষকৈ কেইবাজনো যুৱকে আমাৰ সমাজখনৰ ৰূপান্তৰ সাধনৰ লক্ষ্যেৰে সামূহিক প্ৰচেষ্টাক উজ্জ্বল কৰি তোলা কাৰ্য্য প্ৰত্যক্ষৰে সন্তোষ পাইছোঁ। আপোনাসৱে মাইগভ, নমো এপত আপোনালোকৰ পৰামৰ্শৰাজি শ্বেয়াৰ কৰিব পাৰিব বা 1800-11-7800ত আপোনালোকৰ মেচেজ ৰেকৰ্ড কৰিব পাৰে।“



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন