--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰহবোৰৰ অৱস্থানৰ ক্ষেত্ৰত জুন মাহটো অতি বিশেষ হ’বলৈ গৈ আছে। ১৫ জুনৰ পৰা ৩০ জুনলৈ বৃহস্পতি, শুক্ৰৰ পৰা মংগললৈ ৰাশিৰ পৰিৱৰ্তন ঘটিছে। বৃহস্পতি-শুক্ৰৰ পিছত এতিয়া ২৭ জুনত মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ’বলৈ গৈ আছে। গ্ৰহৰ উত্তাল পৰিস্থিতিৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ওপৰত পৰিব। জুন মাহৰ বাকী থকা দিন কেইটা কিছুমান ৰাশিৰ বাবে বেদনাদায়ক হ’ব আৰু কিছুমান ৰাশিৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে। জুন মাহৰ বাকী থকা দিনবোৰ কোনবোৰ ৰাশিৰ বাবে শুভ হ'বলৈ গৈ আছে জানো আহক।

মেষ ৰাশি- মেষ ৰাশিৰ লোকসকলৰ পাৰিবাৰিক জীৱন সুখী হ'ব। চাকৰিত উন্নতিৰ সম্ভাৱনা থাকিব। নতুন চাকৰিৰ প্ৰস্তাৱ যাব। কৰ্মশৈলীৰ উন্নতি হ’ব। স্থান সলনি হোৱাৰ সম্ভাৱনাও আছে। স্থবিৰ হৈ থকা যিকোনো কাম বন্ধু-বান্ধৱীৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব। এই মাহতে কিছু নতুন কাম আৰম্ভ হ’ব পাৰে।

মিথুন ৰাশি- জুন মাহৰ বাকী থকা দিনকেইটাত যিকোনো নতুন কাম আৰম্ভ কৰিলে আপোনাৰ বাবে শুভ হ’ব পাৰে। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোক সকলৰ বাবে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। জুন মাহৰ বাকী সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব পাৰে।

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে ধৰ্মীয় কাম কৰিব পাৰে। ব্যৱসায় বৃদ্ধি পাব। অৰ্থনৈতিক অৱস্থা শক্তিশালী হ’ব। দীঘলীয়া যাত্ৰা হ’ব পাৰে। এই সময় আপোনাৰ বাবে বহুত ভাল বুলি প্ৰমাণিত হ’ব পাৰে। সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশি- এই সপ্তাহত নতুন সম্পত্তি অধিগ্ৰহণ কৰিব পাৰিব। আপোনাৰ বিবাহিত জীৱন সুখী হ’ব। ঘৰখনত শান্তিৰ পৰিবেশৰ সৃষ্টি হ’ব। হঠাৎ আৰ্থিক লাভো হ’ব পাৰে। বহুদিন আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ