--°C
Loading...
Listen to Article
2 min read
80%

২৩ জুন, ২০২২, বৃহস্পতিবাৰ

মেষ : শুভ দিন৷ সফলতা লাভ কৰিব৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব৷ বিচাৰধাৰা উন্নত হ’ব, বিঘিনিবোৰ আঁতৰ হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব৷ 

বৃষ ৰাশি: ভাল বন্ধু লাভ কৰিব৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷ সমনীয়াৰ লগত দিনটো আনন্দৰে পাৰ কৰিব৷ 

মিথুন ৰাশি: কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল’ব। ব্যয় বৃদ্ধি৷ শান্ত হৈ থাকিব৷ লাভ বৃদ্ধি৷ প্ৰেমত শুভ।

কৰ্কট ৰাশি: সহনশীল হৈ থাকিব৷ গ্ৰহ ভাল নহয়৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল পৰিণাম পাব৷ প্ৰেমত শুভ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব৷ 

সিংহ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰপৰা আঁতৰি থাকিব৷ পৰৰ বিচাৰ নকৰিব৷ প্ৰেমত শুভ৷ 

কন্যা ৰাশি: কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব৷ প্ৰশংসা লাভ৷ সফল হʼব৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব৷ 

তুলা ৰাশি: দিনটো প্ৰায় ভাল৷ সফল হʼব৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব৷ ব্যক্তিগত জীৱন সুখৰ হ’ব।

বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব৷ দিনটো আনন্দময় হ’ব৷ প্ৰশংসা লাভ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ 

ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে আনন্দ লাভ কৰিব৷ চিন্তাধাৰাবোৰ ভাল হʼব৷ প্ৰশংসা লাভ৷ দিনটো প্ৰায় ভাল হʼব৷ ব্যস্ত কাৰ্যসূচিৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব৷ খৰচ বৃদ্ধি৷ শুভ সংখ্যা ৭।

মকৰ ৰাশি: নিজৰ ওপৰত ভৰসা ৰাখিলে লক্ষ্যত সফল হ’ব৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব। গৌৰৱ অর্জন কৰিব৷ 

কুম্ভ ৰাশি: দিনটো খেলিমেলি হʼব পাৰে৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে৷ আন বিষয়ত সফল হʼব৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব৷ 

মীন ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে৷ খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে৷ শান্ত হৈ থাকিব৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লʼব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ