--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ৮খনকৈ ৰাজ্যত আজি নিযুক্তি দিয়া নতুন ৰাজ্যপাল৷ কৰ্ণাটক, হাৰিয়ানা, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হয়৷

কৰ্ণাটকৰ নতুন ৰাজ্যপাল থাৱাৰচান্দ গেহলট, হাৰিয়ানাৰ নতুন ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়, মিজোৰামৰ ৰাজ্যপাল হৰিবাবু কম্ভামপতি, মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ দায়িত্ব মংগুভাই পেটেলক, হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰন ভি আৰ্লেকাৰ, গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই, ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য আৰু ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল ৰমেশ বেইছ৷

শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ বহু চৰ্চিত সম্প্ৰসাৰণৰ পূৰ্বেই নিযুক্তি প্ৰদান কৰে নতুন ৰাজ্যপালক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ