--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: প্ৰকাশ পালে নৰেন্দ্ৰ মোদীৰ কেবিনেটত অন্তৰ্ভুক্ত হ’ব লগা নামৰ তালিকা৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো অন্তৰ্ভুক্ত আছে এই তালিকাত৷ ‘নিউজ এজেঞ্চী’ ত প্ৰকাশ পাইছে এই তালিকা৷

এই তালিকাত আছে নাৰায়ণ ৰাণে, ড০ বিৰেন্দ্ৰ কুমাৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, ৰামচন্দ্ৰ প্ৰসাদ সিং, অশ্বিনী বৈষ্ণৱ, পশুপতি কুমাৰ পৰশ, কিৰেণ ৰিজিজু, ৰাজকুমাৰ সিং, হৰদ্বীপ সিং পুৰী, মনসুখ মন্দাৱিয়া, ভূপেন্দৰ যাদৱ, পৰষোত্তম ৰূপালা, জি কে ৰেড্ডি, অনুৰাগ সিং ঠাকুৰ, পংকজ চৌধাৰী, অনুপ্ৰীয়া পেটেল, ড০ সত্যপাল সিং বাঘেল, ৰাজীৱ চন্দ্ৰ শেখৰ, চৌভা কাড়ন্দ লাজে, ভানুপ্ৰতাপ সিং বাৰ্মা, দৰ্শনাবিক্ৰম জাৰ্দোজ, মিনাক্ষী লেখি, অনুপমা দেৱী, এ নাৰায়ণ স্বামী, কুশল কিশোৰ, অজয় ভাট, বি এল বাৰ্মা, অজয় কুমাৰ চৌহান দেবু সিন, ভগৱন্ত খোবা, কপিল এম পাটিল, প্ৰতিমা ভৌমিক, ড০ সুভাষ সৰকাৰ, ড০ বি কে কাৰাড, ড০ আৰ আৰ সিং, ড০ ভাৰতী প্ৰবীন পাৱাৰ, বিশ্বেশ্বৰ টুডু, শান্তনু ঠাকুৰ, মুঞ্জাপাৰা মহেন্দ্ৰ ভাই, জন বাৰ্লা, ড০ এল মুৰুগান আৰু নীতিশ প্ৰামাণিক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন