--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতে সকলো মার্কিন খাদ্য-সামগ্ৰী আৰু কৃষিজাত সামগ্রীত শুল্ক প্রত্যাহাৰ কৰিব অথবা নাইকিয়া কৰিব।

ডিজিটেল ডেস্ক : হোৱাইট হাউছে ভাৰত-অমেৰিকাৰ বাণিজ্য চুক্তি বিষয়ত প্ৰকাশ কৰা ফেক্ট-শ্বীটত গুৰুত্বপূৰ্ণ সালসলনি ঘটাইছে।


এই ফেক্ট-শ্বীটত 'দাইল'ৰ বিষয়ত থকা তথ্য উঠাই লোৱা হৈছে। তদুপৰি, ভাৰতৰ ৫০০ বিলিয়ন ডলাৰৰ প্ৰস্তাৱিত ক্ৰয়ৰ বিষয়টোত সালসলনি ঘটোৱা হৈছে। আমেৰিকাৰ হোৱাইট হাউছে মঙলবাৰে বাণিজ্য চুক্তিৰ বিষয়ত জাৰি কৰা ফেক্ট-শ্বীটত কয় যে ভাৰতে সকলো আমেৰিকাৰ কৃষিজাত উৎপাদিত সামগ্রীত শুল্ক হ্রাস কৰিব অথবা নাইকিয়া কৰিব। 


হোৱাইট হাউছে প্রকাশ কৰা তথ্য অনুসৰি, ভাৰতে সকলো মার্কিন খাদ্য-সামগ্ৰী আৰু কৃষিজাত সামগ্রীত শুল্ক প্রত্যাহাৰ কৰিব অথবা নাইকিয়া কৰিব। ইয়াৰ ভিতৰত সতেজ আৰু সংসাধিত ফল-মূল, ছয়াবিন তেলৰ দৰে সামগ্ৰী থাকিব। 


উল্লেখযোগ্য যে ভাৰত হৈছে বিশ্বৰ ভিতৰতে সর্বাধিক দাইল উৎপাদনকাৰী দেশ। ভাৰতীয় কৃষকৰ স্বাৰ্থ-সুৰক্ষিত কৰিবলৈ এই কেটেগৰীত নতুন দিল্লীয়ে আমেৰিকাৰ কৃষিজাত সামগ্রীত শুল্ক আৰোপ কৰিছিল যদিও আমেৰিকাৰ শেহতীয়া তথ্যই প্রমাণ কৰে যে নতুন দিল্লীয়ে মার্কিন সামগ্রী ক্রয় কৰিবই লাগিব শেহতীয়াকৈ স্বাক্ষৰিত বাণিজ্য চুক্তি অনুসৰি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ