--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই নতুন নিৰিখ আজি অৰ্থাৎ শনিবাৰৰ পৰাই কাৰ্যকৰী কৰা হৈছে।

​ডিজিটেল ডেস্কঃ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ দি শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। 



​কিমান বাঢ়িল চিলিণ্ডাৰৰ দাম-



ঘৰুৱা চিলিণ্ডাৰ: প্ৰতিটো চিলিণ্ডাৰত ৬০ টকা বৃদ্ধি পাইছে। ইয়াৰ লগে লগে এতিয়াৰে পৰা আপুনি এটা ঘৰুৱা চিলিণ্ডাৰৰ বিপৰীতে ব্যয় কৰিব লাগিব ৯০২ টকা।


বাণিজ্যিক চিলিণ্ডাৰ: হোটেল বা ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহৃত চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১১৫ টকা। যাৰ ফলত এটা বাণিজ্যিক চিলিণ্ডাৰৰ নতুন দাম হ’লগৈ ২,০৫১ টকা।

​এই নতুন নিৰিখ আজি অৰ্থাৎ শনিবাৰৰ পৰাই কাৰ্যকৰী কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
উত্তৰ প্ৰদেশত প্ৰচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ: ২৪ জনৰ মৃত্যু, বিস্তৰ ক্ষতিসাধন
কৰ্মসংস্থাপনৰ বাবে গৈ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া ব্যক্তিৰ
১০-১২ ঘণ্টা নহয়, দৈনিক ৮ ঘণ্টা কাম কৰাৰ দাবী; আন্তঃৰ্জাতিক শ্ৰমিক দিৱসৰ তাৎপৰ্য কি জানো আহক
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত