--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ন্যায়াধীশ জে বি পার্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠে মহিলাৰ ঋতুস্রাৱজনিত স্বাস্থ্যবিধি সন্দর্ভত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ লগতে বিদ্যালয়সমূহলৈ কেতবোৰ নির্দেশনা জাৰি কৰে।

ডিজিটেল ডেস্ক : মহিলাৰ ঋতুস্রাৱজনিত পৰিচ্ছন্নতাৰ সন্দর্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে। দেশৰ সর্বোচ্চ ন্যায়ালয়ে কয় যে ঋতুস্রাৱৰ স্বাস্থ্যবিধি হৈছে মহিলাৰ মৌলিক অধিকাৰ। সংবিধানৰ ২১নং অনুচ্ছেদৰ অধীনত মহিলাৰ ঋতু স্রাৱকালীন স্বাস্থ্যবিধি হৈছে পৰিশীল জীৱন ধাৰণ আৰু গোপনীয়তা ৰক্ষাৰ অধিকাৰ। 


ন্যায়াধীশ জে বি পার্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠে মহিলাৰ ঋতুস্রাৱজনিত স্বাস্থ্যবিধি সন্দর্ভত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ লগতে বিদ্যালয়সমূহলৈ কেতবোৰ নির্দেশনা জাৰি কৰে। ছাত্রী আৰু মহিলাৰ মর্যাদা সুৰক্ষিত কৰাৰ লগতে স্বাস্থ্য সুৰক্ষা আৰু সম-অধিকাৰ প্রদানৰ বাবে এই নির্দেশনাসমূহ জাৰি কৰা হৈছে। 


বিদ্যালয়ৰ ছাত্রীক বিনামূলীয়া 'ছেনিটেৰী পেড' যোগানৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্ন অনাময় ব্যৱস্থা উপলব্ধ কৰাৰ দাবীৰে জনোৱা এখন আৱেদনৰ শুনানিৰ সময়ত সর্বোচ্চ ন্যায়ালয়ে দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ বিদ্যালয়সমূহক ছাত্রীক বিনামূলীয়া জৈৱপচনশীল (বায় 'ডিগ্রেডেবল) ছেনিটেৰী পেড যোগানৰ নির্দেশ দিয়ে। তদুপৰি ছাত্ৰীৰ বাবে পৃথক টয়লেটৰ ব্যৱস্থা বাধ্যতামূলক কৰাৰো নির্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু