--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রায় ৫০ বছৰৰ পাছত নাছাই চন্দ্রলৈ মহাকাশচাৰী প্রেৰণ কৰিছে। ইতিমধ্যে ২ এপ্রিলত আর্টেমিছ-২ মহাকাশযানখনে বুকুত চাৰিজনকৈ মহাকাশচাৰী লৈ চন্দ্র অভিমুখে উৰা মাৰিছে।

ডিজিটেল ডেস্ক : পাঁচটা দশকৰ পাছত জোনবাইৰ কাষৰ পৰা আমাৰ পৃথিৱীৰ ফটো তুলিলে এগৰাকী মহাকাশচাৰীয়ে। চন্দ্র অভিমুখে আগবঢ়া মার্কিন মহাকাশ গবেষণা সংস্থা নাছাৰ আর্টেমিছ-২ মহাকাশযানখনৰ পৰা মহাকাশচাৰীয়ে তুলিলে পৃথিৱীৰ ফটো। ইতিমধ্যে নাছাই এই ফটো সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিছে। 


উল্লেখযোগ্য যে প্রায় ৫০ বছৰৰ পাছত নাছাই চন্দ্রলৈ মহাকাশচাৰী প্রেৰণ কৰিছে। ইতিমধ্যে ২ এপ্রিলত আর্টেমিছ-২ মহাকাশযানখনে বুকুত চাৰিজনকৈ মহাকাশচাৰী লৈ চন্দ্র অভিমুখে উৰা মাৰিছে। পৃথিবীৰ কক্ষপথৰ পৰা বাহিৰ হৈ ক্ৰমাৎ চন্দ্রৰ কাষ চপা মহাকাশ যানখনৰ পৰা মহাকাশচাৰীয়ে নাছাৰ মুখ্য কার্যালয়লৈ প্রেৰণ কৰিছে পৃথিবীৰ আকর্ষণীয় আলোকচিত্র। এইখন হৈছে প্রায় ৫০ বছৰৰ পাছত চন্দ্রৰ কক্ষপথৰ পৰা মহাকাশচাৰীয়ে প্রেৰণ কৰা পৃথিৱীৰ প্রথমখন আলোকচিত্র। 


ৰেইড ৱাইজমেনৰ নেতৃত্বত তিনিজন মার্কিন আৰু এজন কানাডাৰ মহাকাশচাৰী চন্দ্র অভিমুখে গৈ আছে। প্রথমবাৰৰ বাবে মহাকাশচাৰীসকলে লগত ম'বাইল ফোন নিয়াৰ অনুমতি পাইছে। যাৰ জৰিয়তে তেওঁলোকে মহাকাশত ফটো তোলাৰ সুবিধা লাভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু