--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই চুক্তিৰ ভিতৰত অন্যতম হৈছে খাৰুৱা তেলৰ বাবে জি-৭ দেশসমূহৰ হেতু নিৰ্ধাৰণ কৰা মূল্যত ৰাছিয়াই প্রতি বেৰেলত ৪৭
  • ৬ ডলাৰকৈ হ্ৰাস কৰিব।

ডিজিটেল ডেস্ক : ইউক্রেইনৰ সৈতে প্রচণ্ড যুদ্ধ অব্যাহত ৰখাৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে ১৮টা নিষেধাজ্ঞাৰ এটা পেকেজৰ বিষয়ত চুক্তি এখনত উপনীত হৈছে ইউৰোপিয়ান ইউনিয়ন (ইইউ)।


এই চুক্তিৰ ভিতৰত অন্যতম হৈছে খাৰুৱা তেলৰ বাবে জি-৭ দেশসমূহৰ হেতু নিৰ্ধাৰণ কৰা মূল্যত ৰাছিয়াই প্রতি বেৰেলত ৪৭.৬ ডলাৰকৈ হ্ৰাস কৰিব। ই ইউৰ বিদেশ নীতিৰ মুৰব্বী কাজা কালাছে 'এক্স'ত কয় যে ৰাছিয়াৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী নিষেধাজ্ঞাৰ পেকেজত ই ইউ-এ অনুমোদন জনাইছে।


কালাছে কয় যে তেওঁলোকে ব্যয় বৃদ্ধি কৰিব যদিহে ৰাছিয়াই ইউক্রেইনত আগ্রাসন বন্ধ কৰে। তদুপৰি, ৰাছিয়াৰ নৰ্ড ষ্ট্ৰষ্ট্রীম গেছ পাই পলাইন সংক্রান্তীয় লেনদেনতো ইইউ-এ নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাছিয়াৰ বিৰুদ্ধে ১৮টা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাছিয়াৰ 'বাৰ মেচিন'ৰ বক্ষস্থলীত ই ইউ-এ আঘাত হানিছে বুলি কালাছে কয়।


ই ইউৰ অধ্যক্ষা উৰচুলা ভন ডেৰ লেয়েনে কয় যে এই নিষেধাজ্ঞাৰ জৰিয়তে ৰাছিয়াৰ বেংকিং, শক্তিখণ্ড আৰু সামৰিক-ঔদ্যোগিক খণ্ডক আঘাত হনাৰ লগতে এটা নতুন তেলৰ মূল্য নির্ধাৰণ কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ