--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অ'পেন এ আয়ে তিনিটা এডটেক প্লেটফৰ্মৰ সৈতেও অংশীদাৰিত্ব কৰাৰ বিষয়ত ঘোষণা কৰিছে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই) ক্ষেত্ৰৰ অগ্রণী কোম্পানী অ'পেন এ আয়ে ভাৰতৰ ছখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ সৈতে মঙলবাৰে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব কৰিছে। 


অ'পেন এ আয়ে তিনিটা এডটেক প্লেটফৰ্মৰ সৈতেও অংশীদাৰিত্ব কৰাৰ বিষয়ত ঘোষণা কৰিছে। এ আইক ব্যক্তিগত দিশত ব্যৱহাৰ কৰাৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱৰ্তন কৰালৈকে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। 


তদুপৰি, ভাৰতৰ ভৱিষ্যতৰ কৰ্মশক্তিক এ আইৰ দ্বাৰা গঢ় দিয়াৰ লক্ষ্যৰেও এই পদক্ষেপ লোৱা হৈছে। অ'পেন এ আয়ে অংশীদাৰিত্ব কৰা ভাৰতীয় শিক্ষা প্রতিষ্ঠানবোৰ হৈছে- আই আই টি দিল্লী, আই আই এম আহমেদাবাদ, এইমছ দিল্লী, মণিপাল একাডেমি অব্ হায়াৰ এডুকেশ্যন, ইউনিভাৰ্ছিটি অব্ পেট্রলিয়াম এণ্ড এনার্জি ষ্টাডিজ আৰু পার্ল একাডেমি।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ