--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • 'নমো এপ'টো ডাউনলোড কৰিবলৈ ১৮০০২০৯০৯২০ নম্বৰটোত মিছ কল দিব পাৰিব। নমো (Namo App) এপ ডাউনলোড কৰি পঞ্জীয়ন কৰাসকলেহে প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ব পাৰিব।

ডিজিটেল ডেস্ক: অসম বিধানসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যতিক্ৰমী প্রচাৰেৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি। 

জনসভাসমূহত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে দলীয় কার্যকর্তা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ সৈতেও মত বিনিময় কৰাৰ উদ্দেশ্যে অহা ৩০ মাৰ্চত দুপৰীয়া ১ বজাত ভার্চুৱেলী সংযুক্ত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। সেই উদ্দেশ্যে দলীয় কাৰ্যকৰ্তা আৰু ৰাজ্যৰ জনসাধাৰণক 'নমো এপ' ডাউনলোড কৰাৰ লগতে পঞ্জীয়ন কৰিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে। 

'নমো এপ'টো ডাউনলোড কৰিবলৈ ১৮০০২০৯০৯২০ নম্বৰটোত মিছ কল দিব পাৰিব। নমো (Namo App) এপ ডাউনলোড কৰি পঞ্জীয়ন কৰাসকলেহে প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ব পাৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক