--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আদিবাসী সমাজ একত্রিত হ’লে চৰকাৰক আমি উঠাবহা কৰাব পাৰিম বুলি মন্তব্য হেমন্ত সোৰেনৰ। hemant soren,

ডিজিটেল ডেস্ক: NDA সমৰ্থিত প্রার্থী, পৰিবহন মন্ত্রী চৰণ বড়োৰ দুর্গত কঁপনি তুলি ঝাৰখণ্ড মুক্তি মৰ্চা দলৰ মনোনীত আৰু জয় ভাৰত পার্টিৰ সমর্থিত প্রার্থী প্রীতিৰেখা বার্লাৰ হৈ মাজবাটত প্রচাৰ চলায় ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত সোৰেনে। 


আদিবাসীৰ মহানায়ক প্রদীপ নাগৰ পত্নী প্রীতিৰেখা বার্লা এইবাৰ মাজবাট সমষ্টিৰ জয় ভাৰত পার্টি সমর্থিত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমর্থিত প্রার্থী।  এতিয়াৰে পৰা ঝাৰখণ্ড মুক্তি মর্চাৰ সহায়ত অসমত অধিকাৰৰ এক নতুন যুদ্ধ আৰম্ভ হ’ব বুলি মন্তব্য নেতাগৰাকীৰ। আদিবাসী সমাজ একত্রিত হ’লে চৰকাৰক আমি উঠাবহা কৰাব পাৰিম বুলি মন্তব্য হেমন্ত সোৰেনৰ।


আনহাতে বিজেপি চৰকাৰক ভাষণ প্ৰসংগত বেপাৰীৰ দল আখ্যা হেমন্ত সোৰেনৰ। যি দেশৰ ৰজা বেপাৰী সেই দেশত উন্নয়ন অসম্ভৱ বুলি মন্তব্য নেতাগৰাকীৰ।


JMMক ভোট দিলে প্রতিজন শ্ৰমিকৰ দৰমহা মাহিলী ১৫ হাজাৰ কৰাৰ প্রতিশ্রুতি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ। প্রার্থী প্রীতিৰেখা বাৰ্লাই কয় যে, মাজবাটৰ ৰাইজে এইবাৰ অন্যায়ৰ বিৰুদ্ধে একপক্ষীয়ভাৱে ‘ধনু কাঁড়’ৰ ছবিত ভোটদান কৰিব।


বিৰোধীয়ে ভোট বিভাজনৰ অপচেষ্টা কৰিলেও আদিবাসীৰ ৯০% ভোট ‘ধনু কাঁড়’ৰ ছবিত পৰিব বুলি মন্তব্য নেত্রীগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ