--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যদিহে কোনো ব্যাবসায়িক প্রতিষ্ঠানে অধিক দামত ঔষধ বিক্ৰী কৰে তেনেহ'লে তেনে প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰখনে।

ডিজিটেল ডেস্কঃ দাম কমিব জীৱনদায়িনী ঔষধৰ। কেন্দ্ৰীয় চৰকাৰে ঔষধৰ ওপৰত থকা জি এছ টি বাৰ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্রাস কৰাৰ পাছতেই অহা ২২ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকসকলে কম দামত ঔষধ ক্ৰয় কৰিব পাৰিব। 


যদিহে কোনো ব্যাবসায়িক প্রতিষ্ঠানে অধিক দামত ঔষধ বিক্ৰী কৰে তেনেহ'লে তেনে প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰখনে। আনকি এই ক্ষেত্রত গ্রাহকসকলে প্রয়োজন হ'লে যাতে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে এটা ফ'ন নম্বৰো মুকলি কৰা হৈছে। 


ৰাজ্য চৰকাৰে প্ৰতিখন ঔষধ বিক্রেতা বিপণীলৈ এই সন্দর্ভত এক নির্দেশনা প্ৰেৰণ কৰাৰ লগতে অভিযোগ দাখিলৰ বাবে ১৮০০৩৪৫৩৪০৫ নম্বৰটো মুকলি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ