--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ড'নাল্ড ট্রাম্পে 'ট্রুথ ছ'চিয়েল'ত প্রকাশ কৰিছে যে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে যুদ্ধ-বিৰতি চুক্তি কৰিব বিচাৰিছে।

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইৰানৰ মাজত সম্ভাব্য যুদ্ধ-বিৰতি সন্দৰ্ভত আলোচনা অব্যাহত আছে। তেহৰানে হৰমুজ প্রণালী পুনৰ মুকলি কৰি দিলেই দেশদুখনৰ মাজত যুদ্ধ-বিৰতি হোৱাৰ সম্ভাৱনা আছে। 


আমেৰিকাৰ সংবাদ প্রতিষ্ঠান 'এক্সিয়ছ'-এ এই তথ্য প্রকাশ কৰিছে। তদুপৰি, প্ৰতিষ্ঠানটোৱে প্রকাশ কৰিছে যে ইৰানৰে যুদ্ধ বিৰতি সন্দৰ্ভত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ছৌডিৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ লগতো টেলিফ'নিক বাৰ্তালাপ কৰিছে। 


ইফালে, ড'নাল্ড ট্রাম্পে 'ট্রুথ ছ'চিয়েল'ত প্রকাশ কৰিছে যে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে যুদ্ধ-বিৰতি চুক্তি কৰিব বিচাৰিছে। কিন্তু হৰমুজ প্রণালী সম্পূর্ণ মুকলি কৰি নিদিয়ালৈকে যুদ্ধ-বিৰতি নহ'ব বুলি ট্রাম্পে প্রকাশ কৰিছে। 


মার্কিন ৰাষ্ট্ৰপতিজনে উল্লেখ কৰে যে হৰমুজ প্রণালী মুকলি কৰি নিদিয়ালৈকে ইৰানৰ ওপৰত আক্রমণ অব্যাহত থাকিব। ইফালে, ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ এটা সূত্রই প্ৰকাশ কৰিছে যে মার্কিন ৰাষ্ট্ৰপতিৰ ভাষ্য সম্পূর্ণ মিছা আৰু ভিত্তিহীন।


উৎসঃ দৈনিক জনমভূমি 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ