--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি বেংক, অট', মেটেল, এনার্জী আৰু এফ এম চি জিৰ শ্বেয়াৰ অধিক বিক্রী হয়।

ডিজিটেল ডেস্ক : আমেৰিকা-ইজৰাইল আৰু ইৰানৰ যুদ্ধৰ বাবে আজি শ্বেয়াৰ বজাৰত বিৰাট পতন ঘটে। ছেনছেক্স ১৩৫৩ পইন্ট (১.৭১ শতাংশ) ৭৭,৫৬৬-ত বন্ধ হয়। ইফালে, নিফটিও ৪২২ পইন্ট (১.৭৩ শতাংশ) পতন ঘটি ২৪,০২৮-ত বন্ধ হয়। আজি বেংক, অট', মেটেল, এনার্জী আৰু এফ এম চি জিৰ শ্বেয়াৰ অধিক বিক্রী হয়। 


ইফালে, ভূ-ৰাজনৈতিক উত্তেজনা আৰু যুদ্ধৰ বাবে মুদ্রাস্ফীতিৰ আশংকা বৃদ্ধি পাইছে। ইয়াৰ ফলত কোম্পানীৰ লাভ কম হোৱাৰ সম্ভাৱনা আছে। এনে পৰিপ্ৰেক্ষিতত বিনিয়োগকাৰীয়ে নিজৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে আৰু সুৰক্ষিত স্থানত বিনিয়োগ কৰিছে। ইয়াৰ ফলত শ্বেয়াৰ বজাৰত পতন ঘটিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ