--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এবছৰত ৫৭৮জন ধনাঢ্যই বিলিয়নেয়াৰ তালিকাত স্থান পালে। ৭৯২ বিলিয়ন মার্কিন ডলাৰেৰে বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষত আছে 'স্পেচ এক্স'ৰ মুৰব্বী ইলন মাস্ক।

ডিজিটেল ডেস্ক : বিশ্বত ধনাঢ্যৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। বিলিয়নেয়াৰৰ সংখ্যাই প্ৰথমবাৰৰ বাবে চাৰি হাজাৰৰ সীমা অতিক্ৰম কৰিলে। 'হুৰুন গ্ল'বেল ৰীচ্চ লিষ্ট-২০২৬'ৰ তথ্য অনুসৰি বিশ্বত বিলিয়নেয়াৰৰ সংখ্যা ৪,০২০ জনলৈ বৃদ্ধি পাইছে। 


এবছৰত ৫৭৮জন ধনাঢ্যই বিলিয়নেয়াৰ তালিকাত স্থান পালে। ৭৯২ বিলিয়ন মার্কিন ডলাৰেৰে বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষত আছে 'স্পেচ এক্স'ৰ মুৰব্বী ইলন মাস্ক।


তালিকাত ৩০০ বিলিয়ন মার্কিন ডলাৰেৰে এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছ ২ দ্বিতীয় স্থানত আৰু ২৭১ বিলিয়ন ডলাৰেৰে তৃতীয় স্থানত আছে গুগলৰ সহঃ প্ৰতিষ্ঠাপক লাৰি পেজ। ইফালে, ভাৰতীয় বিলিয়নেয়াৰৰ সংখ্যাও বৃদ্ধি পাইছে। 'হুৰুন গ্ল'বেল ৰীচ্চ লিষ্ট'ৰ তথ্য মতে ভাৰতীয বিলিয়নেয়াৰৰ তালিকাত ৫৭টা নতুন নাম অন্তর্ভুক্ত হৈছে আৰু বৰ্তমান দেশত বিলিয়নেয়াৰৰ সংখ্যা হৈছে ৩০৮জন।


ভাৰতীয় বিলিয়নেয়াৰৰ সম্পত্তিৰ পৰিমাণ বছৰি ১০ শতাংশকৈ বৃদ্ধি পাইছে আৰু বৰ্তমান সৰ্বমুঠ ১১২.৬ বিলিয়ন হৈছেগৈ। ভাৰতীয় বিলিয়নেয়াৰসকলৰ ৭ শতাংশ হৈছে মহিলা। তালিকাত ৯.৮ ত্রিলিয়ন মার্কিন ডলাৰেৰে ভাৰতৰ লগতে এছিয়াৰ শীৰ্ষ স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানি। ৭.৫ ত্রিলিয়ন ডলাৰেৰে গৌতম আদানি ভাৰতৰ দ্বিতীয় আৰু ৩.২ বিলিয়ন ডলাৰেৰে ৰোশনী নাডৰ তৃতীয় স্থানত আছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ